Friday, November 4, 2011

এখনি চিঠি



তুলিকাৰে আঁকিলো তোমাৰে স্মৃতি
শব্দৰে খেলিলো, মইযে শিল্পী
নিৰবতাত ভাৱৰ ছ্ন্দ বিচাৰি
কবিতাতে কৰিলো তোমাৰ সৃষ্টি


আৰু,
এটি নিয়ৰসনা গধুলি
এখিলা কাগজত সাঙুৰি মৰম এধানি
লিখিলো তোমালে চিঠি,দিবা সহাৰি
ইতি,হিয়া মোৰ আৰু তুমি